গেটওৱিয়ান/ Gatewayian

অবু‌জ সপোন – নয়ন জ্যোতি ডেকা

সময়ৰ গতিৰ লগে লগে মোৰো মনত জাগ্ৰত হ’ল এক অবুজ প্ৰেম, য’ত দেখা পাওঁ মাথো তোমাক। পঢ়া গধুৰ গধুৰ বোজাবোৰ আৰু নোৱাৰিছো সহিব তাৰ মাজতো অলপ সময় উলিয়াইছো অসম্পূৰ্ণ সপোনবোৰ জিলিকাব । লৈ যাব বিচাৰো তোমাক মোৰ সপোনবোৰত… আঁকি দিব বিচাৰো ভাল পোৱা কেৱল তোমাৰ হৃদয়ত। তোমাৰ কোমল চাওঁনিতে বিচাৰি পাওঁ মই ভালপোৱা, তোমাৰ কোমল হাঁহিটিতে বিছাৰো পাওঁ মই প্ৰেমৰ কবিতা। একাডেমিক পৰিচয় : একাদশ শ্ৰেণী (বিজ্ঞান)

Read more
1 4 5 6