আমাৰ স’তে যোগাযোগ কৰক !

পত্ৰযোগে যোগাযোগ কৰিবৰ বাবে আমাৰ ঠিকনা :

সম্পাদক, গেটওৱিয়ান

গেটওৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি

ডাক: বাইহাটা চাৰিআলি, জিলা : কামৰূপ গ্ৰাম্য (অসম)

ডাক সূচাংক : ৭৮১৩৮১

ফেচবুকত আমাক পাব :  https://www.facebook.com/gatewian/

হোৱাটছএপ নম্বৰ: ৭৬৩৭০৫৬০৩৩

ই-মেইল: gatewaymegazine@gmail.com

আপোনাৰ প্ৰতিটো বাৰ্তা, প্ৰতিটো সঁহাৰিয়েই আমাৰ বাবে গুণগত মান উন্নীতকৰণৰ ক্ষেত্ৰত একো-একোটা নতুন ধাপ । এয়া আমাৰ কোনো যান্ত্ৰিক আহ্বান নহয়, আন্তৰিক স্বীকাৰোক্তিহে ।
আপোনাৰ যিকোনো উপদেশ, মন্তব্য অথবা পৰামৰ্শৰ বাবে মন্তব্য বাকচ আৰু ইনবক্স সদায় খোলা আছে । প্ৰয়োজনসাপেক্ষে পূৰ্ণ গোপনীয়তা ৰক্ষাৰ প্ৰতিশ্ৰুতি থাকিল ।
আপোনাসৱৰ মতামতলৈ হেপাহেৰে বাট চাম ।

ধন্যবাদেৰে

সম্পাদনা সমিতি

গেটওৱিয়ান

Print Friendly, PDF & Email