গেটওৱিয়ান/ Gatewayian

ফাগুন ¬অংকুৰজ্যোতি কলিতা

ফাগুন তুমি আহিলা আশাৰ ৰেঙনি লৈ। অসীম মৰমৰ সুবাস দিলা যৌৱনক । আশাৰ ৰেঙনি বিলাই দিলা মোৰ হৃদয়ত। দুখৰ মাজতো দিলা আনন্দৰ বোল। এই আনন্দতে পাহৰিলোঁ দুখৰ সফুঁৰা । কত সপোন ৰচিলো তোমাক লৈ। হে ফাগুন থাকিবানে তুমি সদায় মোৰ কাষত জীৱনৰ লগৰী হৈ। একাডেমিক পৰিচয় – একাদশ শ্ৰেণী (বিজ্ঞান)

Read more

তোমাৰ সোঁৱৰণীত.. ¬চিন্ময় চৌধুৰী

“Fall all over me You and me is destiny When we are to be flying free Yeah this ain’t no fantasy Come over we can’t go on and on On and on…” শূণ্য জীৱনত তোমাৰ প্ৰৱেশ কিমান যে মধুৰ আছিল সেই দিনবোৰ । পাইছিলো যেন মই সকলো সুখ সকলো শান্তনা । নাছিল তাত কোনো দুখ-বেদনাৰ চিত্ৰ, নাছিল সুখৰ সীমা পৰিছিল প্ৰেমৰ বৃষ্টিপাত, বিয়পি পৰিছিল প্ৰেমৰ সুবাস । কিন্তু এতিয়া নাই মোৰ জীৱনত সেই প্ৰেমৰ সুবাস, নাই কোনো প্ৰেমৰ বৃষ্টিপাত আছো […]

Read more

শব্দ ¬দীপজ্যোতি দত্ত

  শব্দ এনে এটি শব্দ যিটো শুনিলে মোৰ দেহ কপি যায়, নুশুনিলেও মোক শুনাই দি যায় এনে এটি ভয়ংকৰ শব্দ যিটো মই ভই কৰো। সেই শব্দটিক লৈয়ে পাৰ কৰিলো মই শিশুকাল এতিয়াও শুনো সেই শব্দটি মই জীৱনত বহুবাৰ নেলাগে নেলাগে এনে শব্দ কাৰো বাবে নেলাগে, যদি শুনা এনে শব্দ কোনোবাই ভয় নকৰি যাবা সাহসেৰে আগুৱাই। এই শব্দটিকে লৈ যায় আছো মই আগুৱাই, কেতিয়াও মই হতাশ হৈ ৰোৱা নাই থমকি। মোৰ ভাব হয় এই শব্দটি পৃথিৱীৰ পৰা নাইকিয়া কৰিবলৈ, পাৰিম জানো […]

Read more

প্ৰিয়তমা তোমাৰ বাবে¬ দিপু ডেকা

নিজান ৰাতিৰ অন্ধকাৰত জিলিকি উঠা সেই মুখখনি বাৰু কাৰ…? কোননো বাৰু সেইজনী, যিয়ে মোৰ নিদ্ৰা হৰণ কৰিলে? আচলতে সেইজনী তুমিয়েই… প্ৰিয়তমা তোমাৰ প্ৰেমত নিষ্ঠুৰ মই হৈ উঠিলো হৈ উঠিলো  সেউজীয়া, জীপাল ।   জীৱনৰ অচিন বাটত খোজ পেলাইছো মাথো তোমাৰে সহাঁৰি পাই। এইটো জনমত মই অত্যন্ত সুখী মাথো তোমাকে পায় । হয় যদি ভুল, বাট দেখুৱাবা কোনো কাৰণতে কঠোৰ নহবা ।

Read more

শিক্ষক ~পিংকি ৰাণী

নোৱাৰোঁ কেতিয়াও সোধাব তেওঁলোকৰ পৰা লোৱা ঋণ, সেয়েহে জীয়াই থকালৈকে হৈ থাকিম তেওঁলোকৰ কৃতজ্ঞাধীন। দয়া,মৰম,স্বভাৱতে যাৰ সহানুভূতিয়েই প্ৰাণ, সেই মহান গুৰুলৈ মোৰ শত কোটি প্ৰণাম। ছাত্ৰৰ সতেই আৰম্ভ জীৱন ছাত্ৰৰ লগতে শেষ, এই মহান বাণীৰেই হয় অন্ত জীৱন দেহ।   সকলো সফলতাৰ পিছত এটাই মাথো নাম, সেইজন মোৰ শিক্ষক। দেশৰ বাবে কাৰ্য কৰিবলৈ তেৱেঁই আগুৱাই নিয়ে, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ’বলৈ তেৱেঁই সাহস দিয়ে। তৃতীয় গুৰুৰূপে অভিহিত ভগৱানৰ তুল্য; নোৱাৰো হেৰুৱাব গুৰুৱে দিয়া সম্পদ অমূল্য। ধন জন হয় পলকতে শেষ জীৱনৰ […]

Read more

আধৰুৱা প্ৰেম ~ প্ৰীতম নাথ

  মোৰ জীৱনৰ উকা পৃষ্ঠাত কেৱল ঠাই দিছিলোঁ তোমাক জানানে মোৰ প্ৰিয়তমা? কিন্তু তুমি মোৰ জীৱনত আশ্ৰয় নল’লা। নাজানো কিয়? সপোন দেখি আজি মই হতাশাত পৰিলোঁ। সেয়ে তোমাৰ বাবে কবিতাটো লিখিলোঁ। ভুল নুবুজিবা তুমি… মই কথাবোৰ… অৱগত কৰিব নোৱাৰা বাবে মোৰ জীৱনৰ উকা পৃষ্ঠাত সাঁচি থলো। তুমি যদি মোৰ জীৱনৰ উকা পৃষ্ঠাত আশ্ৰয় দিলাহেঁতেন… তেতিয়া হয়তো মোৰ জীৱনৰ উকা পৃষ্ঠাখন কৰি তুলিলাহেঁতেন ৰঙীণ । জীৱনত প্ৰতিটো কথাই… মোৰ আধৰুৱা হৈ ৰ’ল।   সেয়েহে হয়তো মোৰ… প্ৰেমো আধৰুৱা হৈ ৰ’ল। মনত […]

Read more

অবু‌জ সপোন – নয়ন জ্যোতি ডেকা

সময়ৰ গতিৰ লগে লগে মোৰো মনত জাগ্ৰত হ’ল এক অবুজ প্ৰেম, য’ত দেখা পাওঁ মাথো তোমাক। পঢ়া গধুৰ গধুৰ বোজাবোৰ আৰু নোৱাৰিছো সহিব তাৰ মাজতো অলপ সময় উলিয়াইছো অসম্পূৰ্ণ সপোনবোৰ জিলিকাব । লৈ যাব বিচাৰো তোমাক মোৰ সপোনবোৰত… আঁকি দিব বিচাৰো ভাল পোৱা কেৱল তোমাৰ হৃদয়ত। তোমাৰ কোমল চাওঁনিতে বিচাৰি পাওঁ মই ভালপোৱা, তোমাৰ কোমল হাঁহিটিতে বিছাৰো পাওঁ মই প্ৰেমৰ কবিতা। একাডেমিক পৰিচয় : একাদশ শ্ৰেণী (বিজ্ঞান)

Read more
1 2